জাগীৰোডত নিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত জাহ গল ন খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে আবাসিক গৃহও । বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। মৰিগাঁও, ৰহা আৰু সোনাপুৰৰ পৰা অহা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে পুৱালৈ চলাই অগ্নিনিৰ্বাপনৰ প্ৰচেষ্টা।