সোণাৰিত গ্ৰেডাৰৰ চেপাত গুৰুতৰভাৱে আহত এজন

সোণাৰিৰ মিৰিপথাৰত সংঘটিত হয় এই অঘটন।নিৰ্মিয়মান নাহৰআলিত নিয়োজিত শ্ৰমিকজন দুৰ্ভাগ্যবশতঃ গ্ৰেডাৰৰ পাছ ফালৰ চকা শ্ৰমিক জনৰ দেহৰ ওপৰেৰে পাৰ হৈ যোৱাত  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়

আহত শ্ৰমিকজন পাঠশালাৰ আশীষ শ্বেখ বুলি জানিব পৰা গৈছে

সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে লোকজনক

আনহাতে এই দুৰ্ঘটনাৰ পাছত নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছে।