এতোৱা মুণ্ডা আৰু প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝী লগত ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰৰ চিটিচি মেচিন দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ১০/১১ দিন ধৰি চিকিৎসাধীন হৈ থকা মইনা নায়কৰ স্বাস্থ্যৰ বুজ লৈ । চিকৎসকৰ মতে এইটো ঠিক হবলৈ কিছু দিন লাগিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাও যাতে মইনা নায়ক শীঘ্ৰে আৰোগ্য লাভ কৰক।
এতোৱা মুণ্ডা আৰু প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝীয়ে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ থকা মইনা নায়কৰ স্বাস্থ্যৰ বুজ লয়

