সাপেখাতি ৰহণ বৌদ্ধ বিহাৰৰ বিষয়ববীয়াৰ সংবাদমেল

চৰাইদেউ জিলাৰ অন্তৰ্গত জুটুলনী গাওঁ ৰ ৩টা পৰিয়ালক বৌদ্ধ বিহাৰ দৰ্শন কৰাৰ বাবে বহিস্কাৰ কৰাৰ সন্দৰ্ভত আচৰ্য প্ৰকাশ ৰহন শ্যামগাওঁৰ বৌদ্ধ সমাজ।। আজি ৰহন শ্যাম গাঁৱৰ পবিত্ৰ বৌদ্ধ বিহাৰত সংবাদ মেলৰ জৰিয়তে উক্ত ঘটনাৰ সন্দৰ্ভত আচৰ্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।