৩০অক্টোবৰ, অসমৰ ইতিহাসৰ বাবে এটা ক'লা দিন আৰু পাহৰিব নোৱাৰা এটা দিন ৷

২০০৮ চনৰ ৩০’অক্টোবৰ আজি দিনটোতে সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম।

বহুজনে অকালতে মৃত্যুক সাবটি লৈছিল,বহুজনে আঁকোৱালি লৈছিল পংগুত্বৰ জীৱন৷

অভিশপ্ত আজিৰ দিনটোত বিস্ফোৰণত নিহত হোৱা প্ৰতিগৰাকী নিৰীহ লোকৰ স্মৃতি শ্ৰদ্ধাৰে সুঁৱৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷