সভাত অসম প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাস উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য ডাঙি ধৰে লগতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মর্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যা শ্ৰীমতী অলী মহন, মাহমৰা গ্ৰাম্য মণ্ডলৰ বিষয় ববীয়া সকল, জিলা সমিতিৰ বিষয় ববীয়া সকল, নগৰ মণ্ডলৰ বিষয় ববীয়া সকল, নগৰ পৌৰসভাৰ বিষয় ববীয়া সকল, বিভিন্ন মর্চাৰ বিষয় ববীয়া সকল তথা দলীয় কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে।