স্বাস্থ্য ক্ষেত্ৰত চৰকাৰে আমূল পৰিবৰ্তন আনিছে বুলি ব্যাপক প্ৰচাৰ চলাই আছে৷ এনেকুৱা সময়তে অসমৰ আগশাৰীৰ চিকিৎসালয় নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিভিল হস্পিতালত সম্প্ৰতি কুকুৰৰ অবাধ বিচৰনৰ এখন ফটো সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে৷
Sponsored
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
উল্লেখ্য যে যিখন চিকিৎসালয়ত দিনে নিশাই অসংখ্য কৰ্মচাৰীয়ে কৰ্তব্য কৰি আছে তেনেকুৱা সময়তে ৰোগীৰ বিচনাত কুকুৰ শুই খাকিব পৰাটো দুৰ্ভাগ্যজনক কথা৷এইক্ষেত্ৰত এটি তদন্তৰ দাবী তুলিছে সচেতন দল সংগঠনৰ লগতে ৰাইজে৷