কোৰোকানি গাঁৱত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ বিজেপিৰ কাৰ্য্যালয় মুকলি কৰে সাংসদ তপন গগৈয়ে।মাহমৰাৰ কোৰোকানি গাঁৱত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ বিজেপিৰ কাৰ্য্যালয় মুকলি কৰে যোৰহাট লোকসভাৰ সাংসদ তপন গগৈয়ে।

 

 

 

তুংগত উঠিছে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ। ৭ নং ৰজাবাৰী সমষ্টিৰ অগপ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰদলৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ হৈ আজি মাহমৰাৰ কোৰোকানি গাঁৱত প্ৰচাৰ চলাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক তথা ৰজাবাৰী সমষ্টিৰ প্ৰভাৰী ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি লক্ষ্মীনাথ তাছাই।