চৰাইদেউ জিলাৰ সাপেখাতীৰ ডাবলুহাবিত অগ্নিকাণ্ড৷অগ্নিকাণ্ডত ভস্মীভূত এজন লোকৰ গৰুৰ গোহালি আৰু গাহৰি, হাঁহ-কুকুৰাৰ গঁৰাল৷নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি নন্দ গোহাঁই নামৰ লোকজনৰ।অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই চৰাইপু্ং আৰক্ষী থানাৰ লোক ঘটনাস্থলীত উপস্থিত।বৰ্তমানেও অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত ড্ৰাগছ সহ দুজনক আটক।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰভাৱে ...
বোকাখাতৰ কুৰুৱাবাহীত লোমহৰ্ষক হত্যাকাণ্ড
◾বোকাখাতৰ কুৰুৱাবাহীত লোমহৰ্ষক হত্যাকাণ্ড।
স্বামীয়ে হত্যা কৰিলে পত্নীক। স্বামী মানস...
हरियाणा-पंजाब में चंडीगढ़ पर तकरार बढ़ी:AAP मंत्री बोले-1 इंच जमीन नहीं देंगे; CM सैनी ने कहा- हमारा हक; BJP नेता भी भिड़ चुके
चंडीगढ़ में हरियाणा का नया विधानसभा भवन बनाने को लेकर पंजाब और हरियाणा के सभी राजनीतिक दलों के...
Ram Mandir Inauguration: प्राण प्रतिष्ठा को लेकर वाराणसी में बांटे जा रहे दीये, भक्तों ने क्या कहा?
Ram Mandir Inauguration: प्राण प्रतिष्ठा को लेकर वाराणसी में बांटे जा रहे दीये, भक्तों ने क्या कहा?