নলবাৰী জিলাৰ ঐতিহাসিক বালিলেচা শ্ৰীশ্ৰী দেৱালয়ত দশম শতিকাৰ পৰা উদযাপিত হৈ আহিছে শ্ৰীশ্ৰী শ্যামাপূজা৷

এইবেলিও ধৰ্মীয় পৰাম্পৰা অনুযায়ী উদযাপিত হৈ পূজাভাগ৷বতৰৰ প্ৰতিকুল পৰিবেশকো নেওচি অসংখ্য ৰাইজৰ সমাগম হৈছে দেৱালয় খনত৷উল্লেখ্য যে প্ৰাচীন কালৰে পৰা উক্ত দেৱালয় খনক অসমৰ দ্বিতীয় খন শক্তিপীঠ হিচাবে পৰিগণিত হৈছে৷পূজাৰ উপৰিও অন্য দিন কেইটা ও অসংখ্য ভক্তৰ সমাগম হয় উক্ত শক্তিপীঠত৷