সদৌ অসম ভাৰত্তোলন সন্থাৰ উদ্যোগত গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পঞ্চাশতম অসম ৰাজ্যিক ভাৰোত্তলন প্ৰতিযোগিতাখন দেওবাৰে সফল সামৰনি হয়। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দল সমূহৰ ভিতৰত ছোৱালীৰ শাখাত ধেমাজি জিলাৰ দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে পুৰুষ শাখাত চৰাইদেউ জিলা দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। চৰাইদেউ জিলাৰ দলটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক অনুপ কোঁৱৰৰ তত্বাৱধানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ৰাজ্যৰ আটাইকেইখন জিলাৰ ভাৰোত্তলক খেলুৱৈ সকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত অসম ভাৰোত্তলন সন্থাৰ সভাপতি বসন্ত দাস, সম্পাদক ভৱজ্যোতি গোস্বামী, উপ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকি পদক বিজয়ী সকলক ট্ৰফি প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MLP candidates demonstration against delay of results
Aggrieved candidates, who had applied for various posts in Meghalaya Police in 2019, today held a...
बैधुतिक माध्यम से महिसासुर का बध
बैधुतिक माध्यम से महिसासुर का बध
DEESA/ડીસા તાલુકાના ધરપડા પાટીયા નજીક સર્જાયો અકસ્માત, અકસ્માત માં એકનું મોત.
DEESA/ડીસા તાલુકાના ધરપડા પાટીયા નજીક સર્જાયો અકસ્માત, અકસ્માત માં એકનું મોત.
भैय्याजी जोशी बोले-जाति के आधार पर भेदभाव करना बड़ा अपराध:कहा-दुनिया भारत को बाजार समझती है
देश में जातिगत जनगणना की चर्चा के बीच आज आरएसएस नेता भैय्याजी जोशी का बयान सामने आया हैं। भैयाजी...
Government Scheme : बेटियों को सरकार दे रही 1 लाख रुपये, सीधे Account में आएगा पैसा
Govt. Scheme : हाल ही में कुछ दिन पहले छत्तीसगढ़ की राज्य सरकार ने राज्य में बेटियों की पढ़ाई को...