সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৩৮ তম স্থান লাভ কৰিবলৈ সক্ষম হোৱা সোণাৰিৰ অভিলাষ বৰুৱাৰ সাফল্যত উৎফুল্লিত সকলো। সোণাৰিৰ নাফুক গাঁৱৰ বাসিন্দা অভিলাষ বৰুৱাই নাফুক অঞ্চলৰ প্ৰথমগৰাকী এপিএছ হিচাপে উত্তীৰ্ণ হোৱাত অভিনন্দন জনাইছে বিভিন্ন জনে। আনহাতে নিজৰ সফলতাত সন্তুষ্টি লাভ কৰা অভিলাষ বৰুৱাই স্বচ্ছ আৰু নিকা ভাৱে এপিএছচি পৰীক্ষা অনুষ্ঠিত কৰা বাবে চৰকাৰক ধন্যবাদ জনোৱা লগতে আগন্তুক দিনত একাগ্ৰতাৰে নতুন প্ৰজন্মক এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহ্বান জনাইছে। ইফালে নিজ সন্তানৰ সাফল্যত অত্যন্ত সুখ প্ৰকাশ কৰিছে অভিলাষ বৰুৱাৰ মাতৃয়েও।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તમે માઇક મા બોલી આગળ વધો અમે સુધરીશું નહીં
તમે બોલી આગળ વધો અમે સુધરીશું નહીં હાલમાં નગરપાલિકા દ્વારા દબાણ હટાવો ઝુંબેશ ચલાવવામાં આવી રહી છે...
Sanjay Singh Arrest: संजय सिंह की गिरफ्तारी पर Congress के Sachin Pilot का तंज | Arvind Kejriwal #ED
Sanjay Singh Arrest: संजय सिंह की गिरफ्तारी पर Congress के Sachin Pilot का तंज | Arvind Kejriwal #ED
Delhi Flood LIVE Updates : 5 दिनों में कैसे बिगड़े दिल्ली के क्षेत्रों के हालात ? | Aaj Tak News
Delhi Flood LIVE Updates : 5 दिनों में कैसे बिगड़े दिल्ली के क्षेत्रों के हालात ? | Aaj Tak News
રાજુલાના વન ખાતાએ ધાતરવડી નદી વિસ્તારમાંથી સસલાના શિકાર કરતી ગેંગ ને ઝડપી પાડી
વનવિભાગે ધાતરવડી નદી કાંઠા વિસ્તારમાંથી સસલાના શિકાર કરતા ૩ આરોપીઓને ઝડપી ...
રાજુલા...