জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে আদালতত গোচৰ তৰিব মৰিগাঁও জিলা সত্ৰ মহাসভাই । দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিতৰ্কিত মন্তব্যক লৈয়ো সৰব হৈ পৰে মৰিগাঁও জিলা সত্ৰ মহাসভা আৰু ভাতৃ ভগ্নী সংগঠনৰ নেতৃত্ব । গুৰুজনাৰ প্ৰতি কৰা বিদ্বেষজনক মন্তব্যৰ বাবে জনাৰ্দন দেৱগোস্বামীক কঠোৰ সমালোচনা কৰি তেখেতৰ বিৰুদ্ধে গোচৰ তৰিব বুলিও কলে সম্পাদক বিমল বৰকটকীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पन्ना पुलिस द्वारा अवैध शराब का भण्डारण करने वाले 01 आरोपी को किया गया गिरफ्तार
आरोपी के कब्जे से 60 लीटर अवैध कच्ची शराब जप्त
पुलिस अधीक्षक पन्ना श्री धर्मराज मीना के द्वारा पन्ना जिले के समस्त थाना प्रभारियों को...
सपा ने कश्मीर में उतारे प्रत्याशी:20 सीटों पर लड़ेगी चुनाव, पार्टी के विस्तार के लिए अखिलेश यादव ने लिया फैसला
समाजवादी पार्टी ने जम्मू और कश्मीर में 20 प्रत्याशियों को मैदान में उतारा है। दूसरे और तीसरे चरण...
অম্বুবাচী মেলাৰ লগতে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ...
অম্বুবাচী মেলাৰ লগতে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ...
Lok Sabha Election 2024: Wayanad में Rahul Gandhi ने किया रोड शो, उमड़ी जबरदस्त भीड़
Lok Sabha Election 2024: Wayanad में Rahul Gandhi ने किया रोड शो, उमड़ी जबरदस्त भीड़