ঘোষণা হল অসম লোক সেৱা আয়োগৰ ফলাফল। অসম লোকসেৱা আয়োগৰ অসম পুলিচ বিভাগত ৬২ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হল মৰাণ তিলৈজান চাহ বাগিচাৰ পৰিচালন সঞ্চালক দ্বিপেন কুমাৰ বৰদলৈ আৰু এনি বৰদলৈৰ সুযোগ্য সন্তান আদিত্য বৰদলৈয়ে। দিল্লীৰ শ্ৰীৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি এতিয়া দিল্লীৰে জৱাহৰ নৱোদয় বিশ্ববিদ্যালয়ত ডক্টৰেট পঢ়ি আছে আদিত্য বৰদলৈয়ে। প্ৰথম বাৰ অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ পুলিচ বিভাগত ৬২ সংখ্যক স্থান দখল কৰাত গৌৰাম্বীত হৈ পৰিছে পিতৃ মাতৃয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Huawei MatePad SE 11 टैबलेट ग्लोबली हुआ लॉन्च, बड़ी डिस्प्ले के साथ 7700mAh बैटरी का सपोर्ट
Huawei MatePad SE 11 टैबलेट को ग्लोबली लॉन्च किया गया है। इसमें पावर के लिए 7700 mAh की बड़ी...
मथुराधीश मंदिर: अदभुद हिंडोला लीला का समापन, षष्ठी उत्सव कल
पुष्टिमार्गीय संप्रदाय की शुद्धाद्वैत प्रथम पीठ श्री बड़े मथुराधीश मन्दिर पर झूलनोत्सव शुक्रवार...
खो-खो व टेबिल टेनिस प्रतियोगिताओं में खिलाडियों ने दिखाया उत्साह
राजकीय महाविद्यालय में खेल सप्ताह के अंतर्गत प्राचार्य प्रोफेसर दीपकराज जैन ने शुक्रवार को खो-खो...
তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ দুৰ্গাবাৰীস্থিত ঐতিহাসিক বঙ্গীয় বিদ্যালয়ৰ সন্মুখত অস্বাস্থ্যকৰ পৰিবেশ
তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ দুৰ্গাবাৰীস্থিত ঐতিহাসিক বঙ্গীয় বিদ্যালয়ৰ সন্মুখত অস্বাস্থ্যকৰ পৰিবেশ...
কলিয়াবৰত বড়ো সম্প্ৰদায় লোকৰ মাঘ বিহু উদযাপন
কলিয়াবৰত বড়ো সম্প্ৰদায় লোকৰ মাঘ বিহু উদযাপন