APSC ৰ দ্বাদশ স্থানত উত্তীৰ্ণ দেৰগাঁৱৰ ভৱানীপুৰৰ প্ৰণামিকা কোঁৱৰ। সমগ্ৰ দেৰগাওঁলৈ আজি গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰচুৰ মেধাবী ছাত্ৰী গৰাকী নিজৰ কষ্ট আৰু অধ্যয়নৰ ফলত আজি এনেকুৱা এটা পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।

তেওঁ দেৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ধীৰেন কোঁৱৰৰ আৰু বিউটী কলিতা