নাজিৰা গড়গাঁও মহাবিদ্যালয়ত আজি ২৯ সংখ্যক তনু কোঁৱৰ সোঁৱৰণী সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে এই তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ১৯৫৯ চনতেই প্ৰতিষ্ঠা লাভ কৰা গড়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ লগতে ১৯৮৫ চনৰ নাজিৰাৰ বিধায়ক আছিল প্ৰয়াত তনু কোঁৱৰ। তেখেতৰ সোঁৱৰণীত আজি এই সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুস্থিত হয়। এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহাবিদ্যালয়ৰ মুঠ ৪২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই তৰ্ক প্ৰতিযোগিতাত সপক্ষে আৰু বিপক্ষে অংশগ্ৰহণ কৰে,এই প্ৰতিযোগিতাত গড়গাঁও মহাবিদ্যালয়ৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অধ্যাপক অধ্যাপিকা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં આંતરરાષ્ટ્રીય સાડી દિનની ઉજવણી કરાઇ
સામાન્ય સ્ત્રીને પણ જાજરમાન બનાવતું પરિધાન એટલે સાડી. જે આજની યુવા પેઢીમાં છેલ્લો વિકલ્પ બની ગયો...
जिला कलक्टर ने किया लाखेरी एवं इन्द्रगढ़ क्षेत्र का दौरा
जिला कलक्टर अक्षय गोदारा बुधवार को लाखेरी एवं इन्द्रगढ़ क्षेत्र के निरीक्षण दौरे पर रहे। निरीक्षण...
જગદીશભાઈ ઠાકોરે જીત ને કાવતરા વાળી જીત કહી..
જગદીશભાઈ ઠાકોરે જીત ને કાવતરા વાળી જીત કહી..
जिला कलक्टर द्वारा जारी आदेशानुसार मृतक आश्रित व घायल को आर्थिक सहायता स्वीकृत
जिले में विभिन्न स्थानों पर हुए हादसों में मृतक व्यक्तियों तथा घायल व्यक्तियों के आश्रितों को...
কমলাবাৰী গাওঁৰক্ষীৰ বাহিনীৰ আজাদী কা অমৃত মহোৎসৱৰ সজাগতা মুলক চাইকেল ৰেলি
মাজুলী থানাৰ অন্তৰ্গত গাওঁৰক্ষীৰ বাহিনীৰ বাহিনীৰ সহযোগত আজাদী কা অমৃত মহোৎসৱৰ সজাগতা মুলক...