নাজিৰাৰ লিগিৰীপুখুৰীত বাগৰিল তেলৰ টেংকাৰ ।
দুৰ্ঘটনা সংঘটিত হোৱা কিছু সময়ৰ পাছত অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী আহি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে সমগ্ৰ অঞ্চল ।
টেংকাৰ খনৰ নম্বৰটো AS04 AC 9259
ঘটনা স্থলীত আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত হতাহতি।
উক্ত টেংকাৰ খনৰ চালক জনক ততাতৈয়াকৈ নাজিৰা আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।