ছিপাঝাৰৰ ঐতিহাসিক পদ্মাথান দেৱালয়ত চুৰি।

নিশা দূৰ্বৃত্তই দেৱালয়ৰ তিনিটাকৈ দানপাত্ৰ ভাঙি লৈ যায় ধন।

প্ৰাচীন দেৱালয়খনৰ মূল গেট আৰু মন্দিৰত থকা দুয়োটা দান পাত্ৰ ভাঙে দূৰ্বৃত্তই।

দুয়োটা দানপাত্ৰতে যথেষ্ট জমাধন থকাৰ উমান পায় এইদৰে লুটি নিয়ে দানপাত্ৰকেইটা।

ঘটনা সম্পৰ্কত দেৱালয় পৰিচালনা সমিতিয়ে বুঢ়া আৰক্ষীচকীক অৱগত কৰাইছে।