দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ১৯ নং কিনাপথাৰ সমষ্টিৰ পৰা বিষ্ণু দেউৰী বিজেপিৰ পৰা টিকট লাভৰ পিছতেই সমষ্টিত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। টিকট লাভ কৰি সমষ্টিটোত প্ৰৱেশৰ পিছতেই ঢোলে ঢগৰে আদৰীলে সমষ্টিবাসীয়ে। আনহাতে ৰেলিৰ সময়ত আয়তী উৰুলিয়ে মহিলাসকলে পুষ্পাবৃষ্টি কৰা দেখবলৈ পোৱা হ'ল বিষ্ণু দেউৰীলৈ। সমষ্টিবাসীৰ আদৰত খোজে খোজ মিলাই নাচিলে অধ্যক্ষ গৰাকীয়েও।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರಿನ ನಾಗರಬಾವಿಯ ಜ್ಞಾನಸೌಧ ಸಭಾಂಗಣದಲ್ಲಿ ಅಸೋಸಿಯೇಷನ್ ಆಫ್ ಅಲೆಯನ್ಸ್ ಕ್ಲಬ್ಸ್ ಇಂಟರ್ನ್ಯಾಷನಲ್ ಬೆಂಗಳೂರು ಜಿಲ್ಲೆ 272 (S) ವತಿಯಿಂದ 'ಮೆಗಾ ಪ್ರಾಂತೀಯ ಸಮ್ಮೇಳನ' ನಡೆಯಿತು.
ಡಿಸೆಂಬರ್ 14, 2024
ಬೆಂಗಳೂರಿನ ನಾಗರಬಾವಿಯ ಜ್ಞಾನಸೌಧ ಸಭಾಂಗಣದಲ್ಲಿ ಅಸೋಸಿಯೇಷನ್ ಆಫ್ ಅಲೆಯನ್ಸ್ ಕ್ಲಬ್ಸ್...
તાવ આવતો હોય તો આ જ્યુસ પીવો, રોગપ્રતિકારક શક્તિ મજબૂત થશે
બદલાતા હવામાનની સૌથી પહેલા સ્વાસ્થ્યને અસર થાય છે. જેના કારણે તાવ, ઉધરસ, શરદી જેવી વાયરલ...
APSC ৰ পৰা অসমীয়া ভাষা আঁতৰোৱাক লৈ মৰাণত প্ৰতিক্ৰিয়া মন্ত্ৰী যোগেন মহনৰ
APSC ৰ পৰা অসমীয়া ভাষা আঁতৰোৱাক লৈ মৰাণত প্ৰতিক্ৰিয়া মন্ত্ৰী যোগেন মহনৰ