সোণাৰি মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিলীপ ৰঞ্জন বৰুৱাক আজি আনুষ্ঠানিক ভাৱে মহাবিদ্যালয়ৰ তৰফৰ পৰা বিদায় সম্ভাষণ জ্ঞাপন কৰা হয়।

বিদায় সভাত তেখেতৰ দায়িত্বশীল, কৰ্মদ্যোমী, নিয়মানোবৰ্তিতা আৰু ভাতৃসুলভ ব্যবহাৰৰ বাবে মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলোৱে সন্মান জ্ঞাপন কৰে আৰু তেখেতৰ মহাবিদ্যালয় খনিৰ প্ৰতি থকা মৰম শ্ৰদ্ধাৰে সোঁৱৰে।