দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন অঞ্চল তীব্ৰ গৰখহনীয়া কৱলত। বিদ্যালয়, মহা বিদ্যালয়,কবৰস্থানকে ধৰি ৰাইজৰ ঘৰ-দুৱাৰ জাহ যোৱা পৰিলক্ষিত হৈছে।

সকলো গল ৰাইজৰ ঘৰ দুৱাৰ খেতি কৰা ভুমি,বহু অনুষ্ঠান প্ৰতিষ্ঠান গলগৈ লুইতৰ কৱলত ৷

প্ৰতি বছৰৰ নিচিনা এই বেলিও বাৰিষাৰ লগে লগে লুইতে কালৰূপ ধাৰণ কৰিছে দক্ষিণ শালমাৰাত৷