যোগীঘোপাত চাঞ্চল্যকৰ ঘটনা। যোগীঘোপা থানাৰ ভিতৰতে লকআপৰ শৌচাগাৰত চিপ লৈ আত্মহনন আচামীৰ ৷ আচামীজনৰ নাম আব্দুল জব্বৰ ৷ ঘৰ কুশবাৰীত বুলি জানিব পৰা গৈছে