খড়গপুৰ IITত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত উচিত তদন্তৰ দাবী তিনিচুকীয়া আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাৰ ।