কলিয়াবৰৰ বাগৰি আৰক্ষীৰ বিৰুদ্ধে অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ। ঘটনা অনুসৰি শনিবাৰে নিশা কাজিৰঙাৰ হালধিবাৰীৰ গোলাঘাট জিলা সীমান্তত থকা এখন হোটেলত ৰৈ আছিল লালীগুড় ভৰ্তী AS02CC 3222 নম্বৰৰ এখন ট্ৰাক। প্ৰথমে তিনিজন যুৱকে ট্ৰাকখনৰ চালক হেণ্ডীমেনৰ পৰা ধনদাবী কৰে।ধন দিবলৈ অনিচ্ছা প্ৰকাশ কৰাত পৰৱৰ্তী সময়ত হোটেলখনত উপস্থিত হয় বাগৰি আৰক্ষী।আৰক্ষীয়ে ভয় ভাবুকি প্ৰদান কৰাত ৩৫০০ টকা দিবলৈ বাধ্য হয় ট্ৰাকৰ চালক হেণ্ডীমেনে। উল্লেখ্যে যে কাজিৰঙাৰ হালধিবাৰী এলেকাতো বোকাখাতৰ কহঁৰা আৰক্ষী চকীৰ অধীনৰ তেনেস্থলত নগাও জিলাৰ বাগৰি আৰক্ষীয়ে এনেকৈ ধন সংগ্ৰহ কৰাত প্ৰশ্নৰ সৃষ্টি হৈছে।পৰৱৰ্তী সময়ত কহঁৰা আৰক্ষীয়ে বিষয়টো অৱগত হোৱাত ট্ৰাকখন থানালৈ নিয়াত প্ৰয়োজনীয় সকলো নথি পত্ৰ থকাৰ কথা পোহৰলৈ আহে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex
ಉಪಮುಖ್ಯಮಂತ್ರಿ ಗಳಿಂದ ಇಂದಿರಾ ಕ್ಯಾಂಟೀನ್ ಪರಿಶೀಲನೆ
ಬೆಂಗಳೂರು : ಉಪ ಮುಖ್ಯಮಂತ್ರಿ ಹಾಗೂ ಬೆಂಗಳೂರು ನಗರಾಭಿವೃದ್ಧಿ ಸಚಿವರಾದ ಶ್ರೀ ಡಿ.ಕೆ ಶಿವಕುಮಾರ್ ರವರು ಇಂದು...
Animal: Bobby Deol ने शेयर की Ranbir Kapoor-Sandeep Reddy Vanga संग तस्वीर,Sunny Deol ने किया रिएक्ट
Animal: Bobby Deol ने शेयर की Ranbir Kapoor-Sandeep Reddy Vanga संग तस्वीर,Sunny Deol ने किया रिएक्ट