প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধনৰ বাবে এতিয়া কৃষকৰ অপেক্ষা বাঢ়িছে। এতিয়ালৈকে দ্বাদশ কিস্তি পোৱা নাই কৃষক সকলে। অৱশ্যে এতিয়া আৰু এই অপেক্ষাৰ প্ৰয়োজন নাথাকিব।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

হয়, দীপাৱলীৰ পূৰ্বে দেশৰ প্ৰায় ১ কোটি কৃষকে লাভ কৰিব পি এম কিষাণ আঁচনিৰ উপহাৰ। সূত্ৰ মতে, ১৬ৰ পৰা ২০ অক্টোবৰৰ ভিতৰত ২০০০ টকাৰ দ্বাদশ কিস্তি লাভ কৰিব কৃষকে। উল্লেখযোগ্য যে প্ৰায় ২২ হাজাৰ কোটি টকা একেলগে প্ৰেৰণ কৰা হ’ব কৃষকলৈ।

মাত্ৰ ভূমিৰ ৰেকৰ্ডৰ সত্যতা কাম শেষ কৰিয়ে যোগ্য লোকসকলক প্ৰেৰণ কৰা হব তেওঁলোকৰ পাবলগীয়া টকাসমূহ।