আজি তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পৰ্বতীয়া গাঁও পঞ্চায়তৰ অধীনৰ বিভিন্ন স্থানত পাঁচটাকৈ কামৰ শুভাৰম্ভ কৰে৷ গাভৰু আঞ্চলিক পঞ্চায়ত তথা পৰ্বতীয়া গাঁও পঞ্চায়তৰ অধীনৰ কে জি বি পথৰ পৰা শংকৰ মন্দিৰ [সুৱাৰী চুবুৰী] ৰ পকী নলাৰ কাম, বৰকনা চুবুৰী নামঘৰৰ পকী নলা, সাউদকুচী সত্ৰৰ পৰা বৰালীমৰালৈ যোৱা পথছোৱাৰ পেভাৰ ব্লকৰে নিৰ্মাণ হ’বলগীয়া কামৰ শুভাৰম্ভ কৰো৷ একেদৰে বামুন চুবুৰী নামঘৰৰ শৌচালয়, কালিপুখুৰীৰ পৰা দুই নং উপ পথৰ পেভাৰ ব্লকৰে নিৰ্মাণ হ’বলগীয়া পথছোৱাৰ কামৰ শুভাৰম্ভ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हिंदी व्याकरण ने उलझाया बीएड संयुक्त प्रवेश परीक्षा में देखें रिपोर्ट में
हिंदी व्याकरण ने उलझाया बीएड संयुक्त प्रवेश परीक्षा में।
जनपद जौनपुर के करंजाकला में, बीएड...
अलकायदा प्रमुख अयमान अल- ज़वाहिरी की अमेरिका के ड्रोन हमले मै मौत
काबूल के शेरपुरा इलाकेमें अमेरिकी ड्रोनसे ऐर स्ट्राइक कर के हमला किया गया जिसमे अलकायदा प्रमुख...
Storm causes heavy damage in Dhakuakhana
The city of Dhakuakhana was hit by a devastating storm early Sunday night, causing heavy damage...
যোৰহাটত জাঁজী আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
হাজৰীকাৰ নিৰ্দেশত পৰ্কুপাইনৰ কাম কৰি খহনীয়া ৰোধত সফলতা লাভ জলসম্পদ বিভাগৰ
জলসম্পদ মন্ত্ৰী...