ৰাজগড়ৰ উদীয়মান ক্ৰিকেটাৰ সুনীল লাচিতলৈ পুনৰ সহায়ৰ হাত । পঞ্জাবৰ প্ৰসিদ্ধ Beats all sports (BAS) সন্থাৰ সঁহাৰি ।প্ৰতিষ্ঠানটোৰ চীফ চেলছ এক্সিকিউটিভ ধ্ৰুৱ মহন্তই নিজ হাতে প্ৰদান কৰিলে ক্ৰিকেট খেলৰ সামগ্ৰী ।নিজ পিতৃ গৃহত প্ৰদান কৰিলে খেলৰ সামগ্ৰী ।পঞ্জাৱৰপৰা অসমৰ ৰাজগড়স্থিত নিজ গৃহলৈ আহি সহায়ৰ হাত আগবঢ়াই উৎফুল্লিত ধ্ৰুৱ মহন্তৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ ৷ উৎফুল্লিত ক্ৰিকেটাৰ সুনীল লাচিতৰ লগতে ৰাজগড় ক্ৰিকেট সন্থা আৰু স্থানীয় ৰাইজ ৷ ভাল খেল প্ৰদৰ্শন কৰিলে পুনৰ সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস ধ্ৰুৱ মহন্তৰ ৷ উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহতো প্ৰতিষ্ঠানটোৱে সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰ গৰাকীলৈ সহায়ৰ হাত আগবঢ়াইছিল ৷ ধ্ৰুৱজ্যোতি মহন্তৰ হৈ তেখেতৰ ভাতৃ বিপুল মহন্ত আৰু ভাই বোৱাৰীয়ে প্ৰদান কৰিছিল সাহাৰ্য ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
થાનગઢના જામવાળી ગામ નજીકથી અજાણ્યા વ્યક્તિની લાશ મળી
#buletinindia #gujarat #surendranagar
Punjab Crime News: घर के बाहर गालियां देने से मना करने पर तेजधार हथियार से काटी युवक की नाक
थाना बख्शीवाला के अंतर्गत आने वाली बाबू सिंह कॉलोनी से एक हैरान कर देने वाला मामला सामने आया है।...
કડાણા આદિવાસી સમાજ આંદોલનના માર્ગે, જાંબુનાળા ખાતે ભરાયું સમાજનું સંમેલન | #OscarNews #Oni #Gujarati
કડાણા આદિવાસી સમાજ આંદોલનના માર્ગે, જાંબુનાળા ખાતે ભરાયું સમાજનું સંમેલન | #OscarNews #Oni #Gujarati
Bengaluru: मंगलुरु में छठी मंजिल से कूदकर MBBS छात्रा ने की आत्महत्या, पुलिस को कमरे से बरामद हुआ सुसाइड नोट
मंगलुरु। दिवाली के दूसरे दिन ही एक परिवार में मातम पसर गया। दरअसल, मंगलुरु के एक निजी मेडिकल...