মথুৰাপুৰত চিলনী চোৰ আটক 

মথুৰাপুৰ আৰু বৰহাট আৰক্ষীৰ যৌথ প্ৰচেষ্টাত বিশেষ সফলতা

সন্ত্ৰাস সৃষ্টি কৰা চিলনী চুৰটোক কৰায়ত্ব

মথুৰাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীদল আৰু বৰহাট আৰক্ষীৰ সহযো

 শুকুৰবাৰে সন্ধিয়া চিলনী চুৰটোক বৰহাটত আটক কৰিবলৈ সক্ষম হয়

মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিমনাগড়ত আজি কেইদিনমান

ইকৰানী গাঁৱৰ নিজ ঘৰৰ পৰা নিমনাগড়লৈ এগৰাকী মহিলা খোজেৰে আহি থকা অৱস্থাত স্কুটিৰে অহা চিলনী চুৰটোৱে মহিলাগৰাকীৰ হাতৰ পৰা মোবাইল ফোন আৰু বিভিন্ন জৰুৰী নথিপত্ৰ, টকাৰ সৈতে থকা বেগটো থপিয়াই উধাও হোৱা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ পি

চুৰি হোৱা মোবাইল ফোনটোৰ আঁত ধৰি প্ৰকাশ কুৰ্মী নামৰ চিলনী চুৰটোক আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া আটক কৰিবলৈ সক্ষম হ

বৰ্তমান চুৰি হোৱা মোবাইল ফোনটো উদ্ধাৰ কৰা হৈ

বাকী জৰুৰী নথিপত্ৰ সমূহ পোৱা হোৱা নাই

আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে

প্ৰায় ১৭/১৮ বছৰীয়া চুৰটো বিবাহি

চুৰটোৰ ঘৰ বেঙেনাবাৰী

চুৰটোৰ পিতৃ দেবানন্দ কুৰ্মীৰ ঘৰ আইদেউবাৰী বাগিছা গাৱঁ

বৰ্তমান চুৰটোক গ্ৰেপ্তাৰ কৰি মথুৰাপুৰ আৰক্ষী থানাত ৰখা হৈছে

আনহাতে চুৰটোৰ পিতৃক সোধ পোচৰ বাবে মথুৰাপুৰ আৰক্ষী থানালৈ অনা হৈ

আৰক্ষীৰ এই সফলতাক স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।