শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ শংকৰ দেৱ শিশু নিকেতনৰ উদ্যোগত আজি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাওনা সবাহ।

   উপস্থিত হৈছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁ‌ৱৰ।নিশালৈ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰিব এখনি ভাওনা।