মাজুলীৰ এখন বিদ্যালয় ত কৃষ্ণ-ৰাধা : চলিছে মহাৰাস : কসংৰ অত্যহাস্য : কোন বিদ্যালয় ৰ এই পৰিৱেশ?শৰত মানেই উন্মনা মাজুলীবাসী : কৃষ্ণ ৰ মুৰুলিৰ ধ্বনিত মতলীয়া গোপী
মাজুলীৰ এখন বিদ্যালয় ত চলিছে ৰাসৰ আখৰা।
মাজুলীৰ কোন খন বিদ্যালয় ত এই পৰিৱেশ সৱিশেষ জানিবলৈ চাব লাগিব আমাৰ এই প্ৰতিবেদন
মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ বাৰ্ষিক উৎসৱ সাংস্কৃতিক মহোৎসৱ 2022 ৰ কাৰ্যসূচী অনুসৰি 15, 16 অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে আড়ম্বৰপূর্ণ অনুষ্ঠানৰ । আজি অংকুৰৰ পৰা দ্বাদশ লৈকে প্ৰায় তিনি শতাধিক ছাত্ৰ ছাত্ৰীয়ে একেখন মঞ্চত সাংস্কৃতিক প্ৰতিভা বিকাশ কৰাৰ সমান্তৰাল ভাৱে ১৬ অক্টোবৰত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা মঞ্চস্থ হব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা । প্ৰায় একমাহ ধৰি হোৱা আখৰৰ অন্তত আজিৰে পৰা বনগাঁও খেলপথাৰৰ অস্থায়ী মঞ্চত অনুষ্ঠিত হব এই কাৰ্যসূচী ।