জিলা দিৱসৰ সংগীতানুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ গীত পৰিবেশন । অনিমা চৌধুৰী, সূৰ্য্য দাস, পুলক বেনাৰ্জী, শান্তা উজীৰ, লোকনাথ গোস্বামী প্ৰমুখ্যে প্ৰবীণ শিল্পী সকলৰ সংগীত পৰিবেশনৰ পূৰ্বতে সংগীতানুষ্ঠান উদ্বোধনী কৰি বিধায়ক ৰমাকান্তই গালে স্বৰচিত গান।