মঙ্গলবাৰে মহানগৰীৰ ITA মাছখোৱাত অনুষ্ঠিত হয় এক বিশেষ পৌৰ সভা সমূহৰ পৰ্য‍্যালোচনা সভা। অসমৰ পৌৰ সভা সমূহৰ সভাপতি-সভানেত্ৰী, কাৰ্য্যবাহী বিষয়াৰ সৈতে পৰ্য‍্যালোচনা, আজাদী কি অমৃত মহোৎসৱৰ সময়ত ঘৰ ঘৰ তিৰংগা সম্পৰ্কত হব আলোচনা।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

কেনেকৈ পৌৰ সভা সমূহ উন্নতি ঘটাব পাৰি সেই সম্পৰ্কত আলোচনা হয় এই বৈঠকত। এটা ৱাৰ্ডক মডেল ৱাৰ্ড প্ৰতিখন পৌৰ সভাত ৰাখিবলৈ আহ্বান মন্ত্ৰী অশোক সিংহালৰ। যিটো ৱাৰ্ড ৰ ঘৰে ঘৰে গৈ জাৱৰ উঠাব লাগিব। শুকান আৰু ভিজা জাৱৰ বেলেগ বেলেগ কৈ ৰাখিব লাগিব।

প্ৰতিখন পৌৰ সভা এলেকাত এটা আটক ধুনীয়া সভাগৃহ গঠনৰ পোষকতা। সকলোকে প্ৰয়োজনীয় ভূমিৰ জৰীপ আৰু জোখমাখ কৰিবলৈ আহ্বানঅনুষ্ঠানত উপস্থিত মন্ত্ৰী অশোক সিংহালৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া।