তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী ভাষা প্ৰয়োগে মাতৃভাষাত প্ৰভাৱ পেলাব নোৱাৰে

উল্লেখ্য যে ৰাজ্য চৰকাৰে শিক্ষা  নীতিত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয়ত মাতৃভাষাৰ সলনি ইংৰাজী ভাষাত পাঠ্যক্ৰম কৰোৱাৰ সিধান্ত গ্ৰহণ কৰিছে।
যাক লৈ ভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰিছে।
সেই প্ৰশঙ্গত  সাংবাদিকে শুধা প্ৰশ্নৰ উত্তৰত আজি বিটিচি মুখ্য কাৰ্যবাহী গৰাকীয়ে ওদালগুৰি ভেৰগাঁ‌ৱত এনেদৰে মন্তব্য কৰে।