শিক্ষাৰ মাধ্যম মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজী কৰাৰ বিৰুদ্ধে ৰাইজৰ দলৰ আন্দোলনসূচী ঘোষণা। আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ১ ঘন্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ৪জুলাই ত গুৱাহাটী আৰু ডিব্ৰুগড় ত চৰকাৰৰ এই সিদ্ধান্ত ৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰিব।

আৰু এই কাৰ্যসূচীৰ পাছতেই ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়ে