শিৱসাগৰত তিনিদিনীয়া সন্তানক হৃদয়হীন মাতৃয়ে ১৫ হাজাৰ টকাত বিক্ৰী কৰাকলৈ চাঞ্চল্যৰ সৃষ্টি।

ঘটনা বিৱৰণী অনুসৰি শিৱসাগৰ নগৰৰ সমীপৰ বনিয়াবাৰী এলেকাৰ ভিতৰৰ এগৰাকী ভাড়াতীয় মহিলাই নিজৰ তিনিদিনীয়া সন্তানক আৰ্থিক অনাটনত পৰি ১৫ হাজাৰ টকাত এটা কিন্নৰৰ দলক বিক্ৰী কৰাক লৈ আৰক্ষী উপস্থিত হৈ কিন্নৰৰ দলটোৰ লগতে বিক্ৰীৰ বাবে যোগসুত্ৰ স্থাপন  কৰা দুগৰাকী মহিলাক সহ আটক কৰি আৰক্ষী থানালৈ লৈ যোৱা হয়।  আৰক্ষীয়ে সঠিক তদন্তত হে পোহৰলৈ আহিব সমগ্ৰ ঘটনাটো।