চৰকাৰলৈ অনুৰোধ টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ। প্ৰণিতা চুতীয়া ক মুকলি কৰি দিয়ক। ডেৰমাহৰ ধৰি  অন্ধ কুঠৰীত আবদ্ধ প্ৰতিভাবান খেলুৱৈ গৰাকী। আলফাক সমৰ্থন কৰি চৰাইদেউ আৰক্ষীয়ে আটক কৰিছিল খেলুৱৈ গৰাকীক।