মৰিগাঁও বিহুতলীত তিৱাসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ঐতিহাসিক তিৱা ৰাজদৰবাৰ, সদৌ তিৱা ছাত্ৰসন্থা আৰু সদৌ তিৱা সুৰক্ষা সমিতিয়ে উমৈহতীয়াকৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছতে সাতদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মালৈ। স্মাৰকপত্ৰত তিৱা স্বায়ত্ব শাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ বাবে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ, অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ৰ সংৰক্ষিত খণ্ড বেষ্টনী সমুহ পৰিষদ এলেকাৰ পৰা শীঘ্ৰেই প্ৰত্যাহাৰ কৰা, ১৯৯৭ চনতে স্বাক্ষৰিত তিৱা ভাষা চুক্তি ৰূপায়ন কৰা, জনজাতি খণ্ড আৰু আবেষ্টনীৰ ভূমি বেদখল মুক্ত কৰা, বাদ পৰি থকা তিৱা অধ্যুষিত গাওঁ সমূহক স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্ত কৰা, কাৰ্বিআংলঙত বাস কৰা তিৱাসকলক আঞ্চলিক স্বায়ত্ব পৰিষদ প্ৰদান কৰা আৰু মেঘালয়ত বসবাস কৰা তিৱা সকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা লবলৈ দাবী জনায় । অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જામજોધપુર અને કાલાવડમાં વરસાદ ,સૌરાષ્ટ્રમાં સવારથી જ વરસાદી માહોલ
જામજોધપુર અને કાલાવડમાં વરસાદ ,સૌરાષ્ટ્રમાં સવારથી જ વરસાદી માહોલ
ઇકો ફોરવ્હીલ ગાડીઓમાં પાવર સપ્લાય માટે વપરાતા ECM ની ચોરી કરતા ઇસમને ચોરીના ECM નંગ -૪ , કિં.રૂ .૪૮,૦૦૦ / - ના મુદ્દામાલ સાથે પકડી પાડતી અમરેલી એલ.સી.બી
તા .૦૭ / ૦૯ / ૨૦૨૨ ગુન્હાની વિગતઃ ગઇ તા .૦૪ / ૦૯ ( ૨૦૨૨ ના સાંજના સાત વાગ્યાથી તા .૦૫ / ૦૯ / ૨૨...
સમી ગાય માતાનો મૃતદેહ રઝટપાટ થયાની ઘટના | SatyaNirbhay News Channel
સમી ગાય માતાનો મૃતદેહ રઝટપાટ થયાની ઘટના | SatyaNirbhay News Channel