অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ গুৱাহাটী পৌৰনিগমৰ জাননী।

গৃহ নিৰ্মানৰ NOC আৰু এপ্ৰিল প্লেন দাখিলৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে বৰাক।

ইয়াৰ বাবে ৩ দিনৰ সময়সীমা দিয়া হৈছে কংগ্ৰেছৰ সভাপতি গৰাকীক।

চৰকাৰী ভূমি হস্তক্ষেপ কৰাৰ অভিযোগ আহিছে ভূপেন বৰাৰ বিৰুদ্ধে।

হীৰেণ ভট্টাচাৰ্য আৰু ভাস্কৰজ্যোতি কুমাৰ নামৰ দুজন স্থানীয় লোকে দিছিল লিখিত অভিযোগ।

ভেটাপাৰা নিৰিবিলি পথত আছে বৰাৰ বাসগৃহ।

যদি অভিযোগ সঁচা হয় তেন্তে গুৱাহাটী পৌৰ নিগমৰ নীতি মতেই বৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাইছে।