সমাধানৰ দিশত চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ। নামচাই চুক্তি অনুসৰি গঠন হোৱা যুটীয়া আঞ্চলিক সমিতিৰ বৈঠকৰ পাছতে প্ৰতিবেদন প্ৰেৰণ দুয়োখন ৰাজ্যৰ চৰকাৰলৈ। সীমান্তৰ হাছিৰোছা, কামকোহ ৰোছা আৰু টাংলাম ৰোচা গাঁও কোনখন ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ব। এই সন্দৰ্ভত চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই জনালে সবিশেষ।
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं