গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ লেব্ৰটাৰি কৰ্মীৰ উদ্ভ্ণ্ডালি

গোলাঘাটত চৰকাৰী স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা ব্যক্তিৰ সৈতে লেব্ৰটাৰি কৰ্মীৰ অসভ্য আচৰণ  

সোমবাৰে গোলাঘাটৰ প্ৰমুখ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা ইমতিয়াজ আহমেদ নামৰ এজন সমাজ কৰ্মিৰ লগত চিকিৎসালয়ৰ লেব্ৰটাৰিৰ এজন কৰ্মীয়ে স্বাস্থ্য পৰীক্ষা ক্ষেত্ৰত সহযোগীতা আগবঢ়োৱা বিপৰীতে অশালীন ব্যৱহাৰ কৰা লগতে স্বাস্থ্য পৰীক্ষাৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আনফালে এই ঘটনাৰ সন্দৰ্ভত দাইহৰা মন্তব্য আগবঢ়ায় চিকিৎসালয় খনৰ লেব্রটাৰীৰ সহায়ক বিষয়াই।