১০ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ ৭ দিনীয়া কাৰ্যসূচীৰে মঙ্গলদৈ গান্ধী ময়দান প্ৰাঙ্গনত মঙ্গলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত , সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত শুভাৰম্ভ হোৱা গ্ৰন্থমেলা ২০২২ ৰ দ্বাৰ উন্মোচন কৰে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । উক্ত অনুষ্ঠানত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰমুখ্যে অন্যান্য বিশিষ্ট অতিথি সকল উপস্হিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমৰ চাৰিগৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিকতা বঁটা
৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ আহিছে এটা ভাল খবৰ। অসমৰ চাৰিগৰাকী আৰক্ষী...
ৰহাত ৩২ প্ৰহৰ শ্ৰীশ্ৰী হৰিনাম কীৰ্ত্তন ও মহোৎসৱ ১৯ মাৰ্চৰ পৰা।
প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো ৰহা বজাৰ স্থিত সাৰ্বজনীন পূজা মণ্ডপ প্ৰাংগনত অহা ১৯ মাৰ্চৰ পৰা...
જસદણના અલગ અલગ જગ્યાઓ પર થી 5 વ્યાજ ખોરો સામે ફરિયાદ નોંધાય આરોપીની પૂછપરછ શરૂ કરી
જસદણ: જસદણના અલગ અલગ જગ્યાઓ પર થી 5 વ્યાજ ખોરો સામે જસદણ પોલીસ સ્ટેશનમાં જસદણ પોલીસે ફરિયાદ...