সাপেখাতিৰ ৰহন শ্যাম গাওঁত প্ৰৱাৰনা তিথি পালন

চৰাইদেউ ৰহন শ্যামগাওঁত বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ প্ৰৱাৰনা তিথি উদযাপন। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সাপেখাতী ৰহন শ্যাম গাওঁ বৌদ্ধ সংস্কৃতি ও আনন্দা বৌদ্ধ বিহাৰ প্ৰাঙ্গনত   এই বিশেষ দিনটোত পবিত্ৰ প্ৰৱাৰনা তিথিৰ লগত সংগতি ৰাখি ৰাইজৰ শান্তি কামনা কৰি আকাশ মাৰ্গলৈ পুমফাই উৰুৱা পৰিলক্ষিত হয়।।