নগাঁও: নগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামস্থিত ইনড'ৰ ষ্টেডিয়ামত টেবুল টেনিছৰ ১৫দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুস্থিত হৈছে।এই প্ৰশিক্ষণ শিবিৰত নগাঁৱৰ খেলুৱৈ সকলক আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক আৰ কে ৰাজেশ কুমাৰ, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ ভৱজ্যোতি দাস আৰু ৰঞ্জিত দাসে প্ৰশিক্ষণ দিছে। নগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি তথা একালৰ সুদক্ষ খেলুৱৈ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি কয় এই প্ৰশিক্ষণ শিবিৰে নগাঁৱৰ টেবুল টেনিছ খেলুৱৈসকলৰ বিকাশত যথেষ্ট সহায় কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હેલ્મેટ માટે નવી પોલીસી થઈ શકે છે જાહેર..
હવેથી હેલમેટ નહિ પહેરનારા વાહનચાલકોની ખેર નહિ,,રાજ્ય સરકાર ની નવી પોલિસી થઈ શકે છે જાહેર,, શહેરી...
WhatsApp की ये सेटिंग मुसीबत में आएगी काम, अपनों को मिलती रहेगी पल-पल की जानकारी
मेटा प्लेटफॉर्म वॉट्सऐप (WhatsApp) का इस्तेमाल कॉलिंग-फाइल शेयरिंग के लिए भी किया जाता है। इस...
Exit Poll Results: Chhattisgarh में कौन मारेगा बाजी, BJP-Congress ने किया जीत का दावा | Aaj Tak News
Exit Poll Results: Chhattisgarh में कौन मारेगा बाजी, BJP-Congress ने किया जीत का दावा | Aaj Tak News
સમગ્ર દેશ અને મુસ્લિમ સમાજ નું ગૌરવ ખેડા જિલ્લા ની કરિશ્મા કુરેશી
ગત 18 ફેબ્રુઆરી ના રોજ કાશ્મીર ખાતે યોજાયેલ માઉન્ટ સ્કેટિંગ સ્પર્ધા માં ખેડા જિલ્લા ના નડિયાદ...