দৰঙৰ দেওমৰনৈত জাপমৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক প্ৰয়াত হৰিশ্চন্দ্ৰ হাজৰিকাৰ স্মৃতিত " হৰিধ্বনি" উন্মোচন কৰা হয়। শনিবাৰে অৱসৰী শিক্ষক প্ৰয়াত হৰিশ্চন্দ্ৰ হাজৰিকাৰ স্মৃতিত স্মৰণ আৰু গ্ৰন্থ উন্মোচনী সভাখন প্ৰয়াত শিক্ষক গৰাকীৰ বড়িগাওঁস্থিত বাসগৃহত সম্পন্ন হয়। অৱসৰপ্ৰাপ্ত শিক্ষক ধনেশ্বৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভনী কৰাৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে অৱসৰী শিক্ষক হৰেন্দ্ৰ নাথ শৰ্মাই। দেওমৰনৈ সাহিত্য সভাৰ সম্পাদক হিৰণ্য কাশ্যপ আৰু শিক্ষক প্ৰসন্ন ডেকাই আঁতধৰা সভাখন সঞ্চালনা কৰে দেওমৰনৈ সাহিত্য সভাৰ সভাপতি দেবেন্দ্ৰ কুমাৰ মহন্তই। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই উদ্বোধন কৰা সভাত প্ৰয়াত হৰিশ্চন্দ্ৰ হাজৰিকাৰ জীৱন কৃতি সম্বলিত স্মাৰক গ্ৰন্থ " হৰিধ্বনি" উন্মোচন কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড' প্ৰসন্ন কুমাৰ নাথে। সভাত স্মাৰক বক্তৃতা প্ৰদান কৰে জাপমৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন্দ্ৰ বৰুৱা আৰু দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ মতিৰাম শইকীয়াই। সভাত প্ৰয়াত হৰিশ্চন্দ্ৰ হাজৰিকাৰ কন্যা,দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী জাহ্নৱী হাজৰিকাৰ কাব্যগ্ৰন্থ " বলিয়া বতাহৰ সাধু" উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক খনীন্দ্ৰ কলিতাই। সভাত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত কাৰ্ত্তিক কলিতা, ৰাষ্ট্ৰীয় উদ্ভাৱনী শিক্ষা বঁটা প্ৰাপ্ত শিক্ষক ড' চন্দ্ৰ প্ৰসাদ শইকীয়া,কলাইগাওঁ শিক্ষা খণ্ডৰ বিদ্যালয় সমূহৰ সহকাৰী পৰিদৰ্শক সমৰেন্দ্ৰ চহৰীয়া,দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অক্ষয় কুমাৰ নাথ, বিশিষ্ট জ্যোতিষী ৰাজীৱ শৰ্মা, ৰামধেনু সাহিত্য চক্ৰৰ সভাপতি ফজলুল হক চৌধুৰী, সম্পাদক গজেন হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ দাস,গনেশ দত্ত,ৰত্নেশ্বৰ চহৰীয়া,নৱজিৎ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP Elections: भाजपा को एक ही प्रत्याशी पर 30 साल से भरोसा, कांग्रेस ने कई चेहरे बदले
जिले में भाजपा और कांग्रेस दोनों राष्ट्रीय दलों का बोलबाला रहा है। यहां पर भाजपा-कांग्रेस के...
দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাজ্য সভাৰ সাংসদ
অজিত কুমাৰ ভূঞাৰ
দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ...
ડીસા શહેર દક્ષિણ પોલીસ સ્ટેશન વિસ્તાર માંથી પેટ્રોલિંગ માં હતા તે દરમિયાન જુગાર રમતા ત્રણ ઈસમો ને પકડતી ડીસા શહેર દક્ષીણ પોલીસ..
ડીસા શહેર દક્ષિણ પોલીસ સ્ટેશન વિસ્તાર માંથી પેટ્રોલિંગ માં હતા તે દરમિયાન જુગાર રમતા ત્રણ ઈસમો ને...
Car Insurance Policy: गाड़ी हो गई चोरी या लग गई आग, इंश्योरेंस कंपनी से कैसे मिलेगा पूरा रिफंड
हम यहां पर आपको बता रहे हैं कि अगर आपकी गाड़ी चोरी हो जाए या फिर उसमें आग लग जाए हो तो किस तरह के...
क्या आपके भी हाथ-पैर अकसर हो जाते हैं सुन्न, तो लें इन घरेलू उपायों का सहारा
बैठे-बैठे या काम करने के दौरान अचानक से अगर आपके भी हाथ- पैर अकसर सुन्न हो जाते हैं तो इसकी एक...