বিটিআৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত কাইলৈৰ পৰা বিটিচিৰ চাৰিখন জিলাত অনুষ্ঠিত হব প্ৰথম আন্তঃ ষষ্ঠ অনুসুচী কাউন্সিল প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা ৷ ইয়াৰ বাবে আজি বিটিআৰৰ বড়োলেণ্ড দলটোৰ নাম ঘোষনা কৰা হয় ৷ চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত দুৱাৰ অতিথি শাখাত বিটিআৰৰ পৰা অংশ গ্ৰহণ কৰিব লগা দলটোৰ নাম ঘোষণা কৰা হয় ৷ বিটিচি প্ৰধান প্ৰমোদ বডোৰ অ' এছ ডি ড০ ছাংগ্ৰাং ব্ৰহ্মই আজি কাজলগাঁওত দলটোৰ নাম ঘোষণা কৰাৰ লগতে বড়োলেণ্ড দলটোৰ দুই ধৰণৰ জাৰ্চি মুকলি কৰে ৷ এই অনুষ্ঠানত বড়োলেণ্ড দলটোৰ মুখ্য প্ৰশিক্ষক ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈ বিক্ৰান্ট শৰ্মা, সহকাৰী প্ৰশিক্ষক দৈমালু বসুমতাৰী, ৰয়েল বসুমতাৰী আৰু কেপ্তেইন দৈদৌম হাজোৱাৰী উপস্থিত থাকে ৷ দলটোৰ মেনেজাৰ হিচাপে আছে জাইক্লং ব্ৰহ্ম |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
**राता बरड़ा पर पेट्रोल पंप का ऊर्जा राज्यमंत्री ने किया उद्घाटन**
बूंदी में ऊर्जा राज्यमंत्री और जिला प्रभारी मंत्री श्री हीरालाल नागर ने गुरुवार को बूंदी के समीप...
শ্ৰীমন্তশঙ্কৰদেৱ নামধৰ্ম সেৱক সমাজৰ ৩২ সংখ্যক ৰাজ্যিক অধিৱেশনৰ লাইখুঁটা স্থাপন ৷
শ্ৰীমন্তশঙ্কৰদেৱ নামধৰ্ম সেৱক সমাজৰ ৩২ সংখ্যক ৰাজ্যিক অধিৱেশনৰ লাইখুঁটা স্থাপন ৷
રામોલ હાથીજણ વિસ્તાર માં આજરોજ યોજાનાર નામાભિધાન અને જાહેરસભા નો પ્રોગ્રામ
રામોલ-હાથીજણ વોર્ડમાં આજ રોજ યોજાનાર નામાભિધાન અને જાહેરસભા કાર્યક્રમ.
শালমৰা অঞ্চলত শিক্ষাৰ্থীৰ দুৰ্বল দলঙেৰে যাতায়ত
দুৰ্বল দলঙৰ যাতায়ত শিক্ষাৰ্থীৰ শালমৰা অঞ্চলত।