অৰুণাচল প্ৰদেশৰ কাণুবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। কানুবাৰীস্থিত নৱম আসাম ৰেজিমেণ্টৰ অৱসৰ প্ৰাপ্ত সেনা জোৱান এ. ৱাংপানৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড। গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ ঘটনা। সেনা জোৱান জনৰ বাসগৃহৰ ৰান্ধনী শালৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। অসমৰ চৰাইদেউ জিলাৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰিলে ভয়ংকৰ জুই।অসমৰ প্ৰশাসনক ধন্যবাদ জনালে এ.ৱাংপনৰ পুত্ৰ আপোন ৱাংপনে।প্ৰায় দহ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হেঙুল হাইতাল ৰহাৰ গ্ৰীষ্মকালীন বিশেষ সৃষ্টিশীল নৃত্য আৰু প্ৰযোজনা ভিওিক নাট কৰ্মশালা সমাপন। কৃষক নামৰ নাটক মঞ্চস্থ কৰি সকলোকে আপ্লুত কৰে কন কন শিশু সকলে।গীত নৃত্য ৰে মুখৰিত কৰ্মশালা সমাপন সমাৰোহ।
ৰহা হেঙুল হাইতাল ৰ উদ্যোগত যোবা ১৮জুলাইৰ পৰা ২৭জুলাই লৈকে চলা গ্ৰীষ্মকালীন বিশেষ সৃষ্টিশীল নৃত্য...
पंजाब के पूर्व मुख्यमंत्री और पूर्व कांग्रेस नेता कैप्टन अमरिंदर सिंह हुए बीजेपी में शामिल.
बीजेपी के हुए कैप्टन
पंजाब के पूर्व मुख्यमंत्री कैप्टन अमरिंदर सिंह ने कांग्रेस से...
Maharashtra चुनाव से पहले BJP का मास्टर स्ट्रोक! एनकाउंटर स्पेशलिस्ट की पत्नी समेत 3 दिग्गजों ने वापस लिया नामांकन
मुंबई। Maharashtra Election 2024 महाराष्ट्र चुनाव में अब कुछ ही दिन बाकी हैं और सभी...
KTM Duke 390 | इनमें से कौन-सी Bike प्रीमियम सेगमेंट में है बेहतर? Himalayan | 400CC Bikes| Aprilia
KTM Duke 390 | इनमें से कौन-सी Bike प्रीमियम सेगमेंट में है बेहतर? Himalayan | 400CC Bikes| Aprilia