খেলুৱৈ প্ৰণিতা চুতীয়াক মুকলি কৰি দিবলৈ আৰক্ষী আৰু চৰকাৰক আহ্বান আহোম গণমঞ্চৰ নেতা অকণ ভূঞাৰ।<span;>ডেৰমাহৰ পুৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিত সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকৰ কমেণ্টত মাইনা চুতীয়াই ( প্ৰণিতা চুতীয়া) " আলফাৰ লিংক পালে মইও যাম, আই লভ আলফা 🧡" বুলি লিখিছিল। তাৰভিত্তিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে মৰাণহাট আৰক্ষীথানাত case no- 36/22, u/s- 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act &
<span;>R/W- Sec- 67 of IT Act 2000 গোচৰ ৰুজু কৰি আটক কৰে মাইনা চুতীয়াক। সম্প্ৰতি মাইনা চুতীয়া এতিয়া শিৱসাগৰ জিলাৰ কাৰাগাৰত।
খেলুৱৈ প্ৰণিতা চুতীয়াক মুকলি কৰি দিবলৈ আৰক্ষী আৰু চৰকাৰক আহ্বান আহোম গণমঞ্চৰ নেতা অকণ ভূঞাৰ

