SLUGNAME: DEADBODY RECOVERED

মেৰাপানীৰ ঘিলাধাৰী নৈত উদ্ধাৰ হৈছে এটা মৃতদেহ। গোলাঘাট মেৰাপানী পথত ঘিলাধাৰী নৈৰ ওপৰত থকা পকী দলঙৰ তলতে উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো স্থানীয় ১ নং বৰজান গাঁৱৰ জিতেন বৰা ওৰফে গেঠু নামৰ লোকজনৰ বুলি চিনাক্ত কৰা গৈছে। শুক্ৰবাৰে নিশা প্ৰায় আঠমান বজাত পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰতক্ষ্য কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। পাছত ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট সদৰলৈ প্ৰেৰণ কৰে। এইয়া এক আত্মহত্যা নে