পুনৰ আহোমৰ ঐতিহ্যত কুঠাৰঘাত। আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্যত দুষ্কৃতিকাৰীৰ হাতোৰা। ঐতিহাসিক লাংকুৰী দৌলৰ মাটি খনন দুষ্কৃতিকাৰীৰ। তাৰ পাছতো কানসাৰ নাই ৰাজ্যিক প্ৰত্নতত্ব সঞ্চালকালয়ৰ। ৰাজ্যিক প্ৰত্নতত্ব সঞ্চালকালয়ৰ অধীনস্থ লাংকুৰী দৌলৰ মাটি বেদখল কৰাৰ সমান্তৰালকৈ বাৰম্বাৰ মাটি খনন অব্যাহত থকাৰ পাছতো চকুমুদা কুলিৰ ভাৱত বিভাগীয় কৰ্তৃপক্ষ। উল্লেখ্য যে আহোম স্বৰ্গদেউ সকলে যিসকল উপাস্য দেৱতাক সেৱা আগবঢ়াইছিল সেইসকলৰ ভিতৰত মুখ্য দেৱতা আছিল ''লাংকুৰী"। কিন্তু অতি পৰিতাপৰ কথা যে দীৰ্ঘদিন ধৰি অসংৰক্ষিত হৈ থকাৰ ফলত লাংকুৰী দৌলৰ ভগ্নাৱশেষ হাবি-জংঘলেৰে আৱৰি থকাৰ লগতে মাটিত পোত খাই থকা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত লাংকুৰী দৌলৰ সংৰক্ষণ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ স্থিতি স্পষ্ট কৰিবলৈ আটাছু চৰাইদেউ মহকুমা সমিতিয়ে দাবী উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તારાપુર માર્કેટયાર્ડ દ્વારા ડાંગરની હરાજી માટે ખુલ્લી જગ્યામાં વૈકલ્પિક વ્યવસ્થા ગોઠવાઇ
તારાપુર માર્કેટયાર્ડ દ્વારા ડાંગરની હરાજી માટે ખુલ્લી જગ્યામાં વૈકલ્પિક વ્યવસ્થા ગોઠવાઇ
আৰ্থিকভাৱে দুৰ্বল, ৰোগীয়া গণপত ঠাকুৰলৈ সহায়ৰ হাত শলগুৰি টিপমীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা চাংমাইৰ
আৰ্থিকভাৱে দুৰ্বল , ৰোগীয়া গণপত ঠাকুৰলৈ সহায়ৰ হাত সীমা চাংমাইৰ ৷ যোৱা তিনিবছৰ ধৰি বিভিন্ন ৰোগত...
ঢকুৱাখনাৰ বাসুদেৱ থান নৰোৱা সত্ৰৰ চৌহদত শামুক ভঙা চৰাই কোলাহল
ঢকুৱাখনাৰ বাসুদেৱ থান নৰোৱা সত্ৰৰ চৌহদত শামুক ভঙা চৰাই জলকেলি কোলাহলে এক নান্দনিক পৰিবেশে বিৰাজ...
Stock Selection For Election: इलेक्शन के मौके पर इन 2 Stocks में निवेश से क्यों आपको फायदा?
Stock Selection For Election: इलेक्शन के मौके पर इन 2 Stocks में निवेश से क्यों आपको फायदा?