কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবৰ্তী বৰলীয়া নৈয়ে বাহাৰঘাটৰ ওচৰৰ হীৰাপাৰাত গৰাখহনীয়া হৈ নৈপৰীয়া ৰাইজলৈ ভাবুকি আনিছে৷আনকি গৰমচুং হীৰাপাৰাত অৱস্থিত হাতীমাৰী জলসিঞ্চন কেন্দ্ৰটোলৈ তীব্ৰ ভাবুকি আনিছে৷ৰাইজে এইক্ষেত্ৰত জলসম্পদ বিভাগৰ নলবাৰী সংমণ্ডলৰ দৃষ্টি আকৰ্ষণ কৰিছে যদিও তেওঁলোকে এতিয়ালৈ কোনো কাৰ্য্যকৰি ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷সেয়েহে ৰাইজে ইয়াৰ কাৰ্য্যকৰি ব্যৱস্থা গ্ৰহন কৰাৰ বাবে জলসম্পদ বিভাগক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত আদিবাসী ছেঙ্গেল অভিযান ডিব্ৰুগড় জ'ন সমিতিৰ উদ্যোগত ছাৰনা ধৰ্ম ক'ড জনজাগৰণ সভা অনুষ্ঠিত।
আদিবাসী ছেঙ্গেল অভিযান ডিব্ৰুগড় জ'ন সমিতিৰ উদ্যোগত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত এদিনীয়া...
चंद्रबाबू नायडू ने ली मुख्यमंत्री पद की शपथ,पीएम मोदी के पांव छूने झुके तो गले लगाया
चंद्रबाबू नायडू जैसे ही शपथ लेने के बाद पोडियम से उतरे तो वो सबसे पहले पीएम मोदी के पास पहुंचे....
Praful Pansuriya field as candidate for the Kamrej constituency & is confident to win |Gujarat Polls
Praful Pansuriya field as candidate for the Kamrej constituency & is confident to win...
ડીસામાં પોલીસે જુગાર રમતાં ચાર શખ્સોને ઝડપ્યા
જે.આર.મોથલીયા પોલીસ મહાનિરીક્ષક સરહદી રેન્જ કચ્છ ભુજ તથા અક્ષયરાજ મકવાણા અધિક્ષક બનાસકાંઠા જિલ્લા...